পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন

অমরকোশে স্বাগতম।

অমরকোশ হ'ল ভারতীয় ভাষার একটি অনন্য অভিধান। শব্দটি যে প্রসঙ্গে শব্দটি ব্যবহৃত হয়েছে সেই অনুসারে অর্থটি পরিবর্তিত হয়। এখানে শব্দ, বাক্য, ব্যবহারের উদাহরণ এবং প্রতিশব্দর বিভিন্ন অর্থের অর্থ বিশদভাবে বর্ণিত হয়েছে।

অমরকোষে পঞ্চাশ হাজারেরও বেশি বাংলা ভাষার শব্দ পাওয়া যায়। অনুসন্ধান করার জন্য একটি শব্দ লিখুন।

অভিধান থেকে একটি এলোমেলো শব্দ নীচে প্রদর্শিত হয়েছে।

বিচাৰ   বিশেষ্য

অর্থ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

উদাহরণ : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

সমার্থক : অনুসন্ধান, তালাচী

অর্থ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

উদাহরণ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

সমার্থক : মত, ৰায়

অর্থ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

উদাহরণ : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

সমার্থক : পৰীক্ষা

অর্থ : মনত উদয় হোৱা কথা

উদাহরণ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

সমার্থক : খিয়াল, খেয়াল, মত

অর্থ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

উদাহরণ : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

সমার্থক : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন

অর্থ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

উদাহরণ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

সমার্থক : অনুসন্ধান, অন্বেষণ, তদন্ত, বুজ

অর্থ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

উদাহরণ : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

সমার্থক : অনুসন্ধান, সম্পৰীক্ষা

বাংলা অভিধান দেখার জন্য একটি অক্ষর চয়ন করুন।

ক্ষ