বর্হিঅঙ্গ (বিশেষ্য)
খালী চকুৰে দেখা পোৱা কোনো জীৱৰ শৰীৰৰ বাহিৰৰ অংশ
স্বৰ (বিশেষ্য)
কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
গোট (বিশেষ্য)
একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
অভ্যুদয় (বিশেষ্য)
কোনো নতুন বস্তু, কথা, শক্তি আদিৰ উদ্ভৱ হৈ সন্মুখলৈ অহা কার্য
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
বেষ্টিত (বিশেষণ)
যিটো ঘেৰি থোৱা হৈছে
ব্যাধি (বিশেষ্য)
দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া
ঘূৰা (ক্ৰিয়া)
কোনো ঠাইত কৰা ঘূৰা-ফুৰা
উপজনন (বিশেষ্য)
জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
সমাধিস্তম্ভ (বিশেষ্য)
মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ