পাখি (বিশেষ্য)
চৰাইৰ বাহিৰৰ আৱৰণক বনোৱা পাতল আৰু জল নিৰোধক গঠন
নিমিত্ত (বিশেষ্য)
যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
নানাবিধ (বিশেষণ)
যিটো সদৃশ নহয় বা এটা আনটোৰ লগত নিমিলে
অনুচ্ছেদ (বিশেষ্য)
কোনো এক বিষয়ৰ বিবেচনা কৰা নিয়মাৱলী, বিধান, সন্ধি আদিৰ বিশিষ্ট অংগ
পত্রহীন (বিশেষণ)
যি পল্লৱ বা পাত ৰহিত
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
বোধ (বিশেষ্য)
মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
তুলাপাত (বিশেষ্য)
বাঁহ, কাঠ আদিৰ পৰা মেচিনৰ দ্বাৰা তৈয়াৰ কৰি লিখা-মেলা, ছবি ় অঁক্া আৰু ছপা কামত ব্যৱহাৰ কৰা মিহি পত্র
আখ্যা (বিশেষ্য)
কোনো জটিল বাক্য আদিৰ ্ অর্থৰ স্পষ্টীকৰণ
পিপৰা (বিশেষ্য)
এবিধ সৰু পোক!চেনি, মিঠাই আদিত বগাই ফুৰা এবিধ সৰু পোক