ಅರ್ಥ : ডাঙৰকৈ জ্বলা জুইৰ উজ্জ্বল শিখা
							ಉದಾಹರಣೆ : 
							হাৱানকুণ্ডৰ জুই-শিখাই আকাশ চুইছিলগৈ
							
ಸಮಾನಾರ್ಥಕ : অগ্নি-শিখা, জুই শিখা, জুই-শিখা
ಅರ್ಥ : জুইৰ আগ
							ಉದಾಹರಣೆ : 
							অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
							
ಸಮಾನಾರ್ಥಕ : অগ্নিচ্ছটা, বহ্নিশিখা, ভমক, শিখা