ಅರ್ಥ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
							ಉದಾಹರಣೆ : 
							ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
							
ಸಮಾನಾರ್ಥಕ : প্রাসাদ
ಅರ್ಥ : যিটো ভৱন অতি ওখ
							ಉದಾಹರಣೆ : 
							তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
							
ಸಮಾನಾರ್ಥಕ : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
ಅರ್ಥ : যি ভৱনত ভালেমান মহল থাকে
							ಉದಾಹರಣೆ : 
							মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
							
ಸಮಾನಾರ್ಥಕ : বহুমহলীয়া ভৱন