ಅರ್ಥ : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব
							ಉದಾಹರಣೆ : 
							সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে
							
ಅರ್ಥ : অধিপতি হোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল
							
ಸಮಾನಾರ್ಥಕ : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ
ಅರ್ಥ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
							ಉದಾಹರಣೆ : 
							কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
							
ಸಮಾನಾರ್ಥಕ : শক্তি