ಅರ್ಥ : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
							ಉದಾಹರಣೆ : 
							ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
							
ಅರ್ಥ : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
							ಉದಾಹರಣೆ : 
							এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
							
ಸಮಾನಾರ್ಥಕ : দাবীদাৰ
ಅರ್ಥ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
							ಉದಾಹರಣೆ : 
							অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
							
ಸಮಾನಾರ್ಥಕ : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা