ಅರ್ಥ : ভোজনৰ ইচ্ছা বা আহাৰ খাবলৈ কৰা ইচ্ছা
							ಉದಾಹರಣೆ : 
							তেওঁৰ অন্নলিপ্সাই তেওঁক্ আহাৰ চুৰ কৰি খাবৰ কাৰণে বাধ্য কৰিলে
							
ಸಮಾನಾರ್ಥಕ : অন্ন-লিপ্সা
ಅರ್ಥ : খাবৰ কাৰণে ওপজা ইচ্ছা
							ಉದಾಹರಣೆ : 
							মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
							
ಸಮಾನಾರ್ಥಕ : কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰাগ্নি, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা