ಅರ್ಥ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
							ಉದಾಹರಣೆ : 
							মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
							
ಸಮಾನಾರ್ಥಕ : অবিবাহিত মহিলা, কুমাৰী
ಅರ್ಥ : যিজন পুৰুষ বিবাহিত নহয়
							ಉದಾಹರಣೆ : 
							এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
							
ಸಮಾನಾರ್ಥಕ : অবিবাহিত পুৰুষ