ಅರ್ಥ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য
							ಉದಾಹರಣೆ : 
							মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে
							
ಸಮಾನಾರ್ಥಕ : আপত্তি, ওজৰ, ওজৰ-আপত্তি
ಅರ್ಥ : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত
							ಉದಾಹರಣೆ : 
							তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে
							
ಸಮಾನಾರ್ಥಕ : অপবাদযুক্ত