ಅರ್ಥ : দুই বা ততোধিক দেশে পৰস্পৰৰ মাজত হোৱা যুদ্ধ ত্যাগ কৰি শান্তিৰ প্রয়াস চলোৱা এক অৱস্থা
							ಉದಾಹರಣೆ : 
							ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধবিৰতিৰ প্রচেষ্টা অথলে গʼল
							
ಸಮಾನಾರ್ಥಕ : অস্ত্র বিৰতি, অস্ত্র-বিৰতি, যুদ্ধ বিৰতি, যুদ্ধ বিৰাম, যুদ্ধ-বিৰতি, যুদ্ধবিৰতি