ಅರ್ಥ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
							ಉದಾಹರಣೆ : 
							মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
							
ಸಮಾನಾರ್ಥಕ : আলোচনা, টীকা-টিপ্পনী, মন্তব্য
ಅರ್ಥ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
							ಉದಾಹರಣೆ : 
							সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
							
ಸಮಾನಾರ್ಥಕ : আলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা