ಅರ್ಥ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
							ಉದಾಹರಣೆ : 
							তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
							
ಸಮಾನಾರ್ಥಕ : ইংলিচ, ইংৰাজী ভাষা
ಅರ್ಥ : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়
							ಉದಾಹರಣೆ : 
							তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়