ಅರ್ಥ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
							ಉದಾಹರಣೆ : 
							ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
							
ಸಮಾನಾರ್ಥಕ : কল, চলন যন্ত্র, মেচিন, যন্ত্র
ಅರ್ಥ : দবাৰ আগফালে সংযোগ কৰি ৰেলগাড়ীক টানি লৈ যোৱা গাড়ী
							ಉದಾಹರಣೆ : 
							ৰেলগাড়ীত ইঞ্জিন লগাই আছে
							
ಸಮಾನಾರ್ಥಕ : চালক যন্ত্র, চালকযন্ত্র