ಅರ್ಥ : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
							ಉದಾಹರಣೆ : 
							উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
							
ಸಮಾನಾರ್ಥಕ : ভোক্তা
ಅರ್ಥ : বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
							ಉದಾಹರಣೆ : 
							মʼবাইল উপভোক্তা গাওঁ্বাসী সকলে সদায় নেটৱর্ক নাপায়
							
ಸಮಾನಾರ್ಥಕ : উপভোগকাৰী, ব্যৱহাৰকাৰী