ಅರ್ಥ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
							ಉದಾಹರಣೆ : 
							
							
ಸಮಾನಾರ್ಥಕ : উৰি থকা
ಅರ್ಥ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
							ಉದಾಹರಣೆ : 
							চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
							
ಅರ್ಥ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
							ಉದಾಹರಣೆ : 
							মেজত থোৱা কিতাপখন কʼত হেৰাল
							
ಸಮಾನಾರ್ಥಕ : হেৰোৱা
ಅರ್ಥ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
							ಉದಾಹರಣೆ : 
							এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
							
ಸಮಾನಾರ್ಥಕ : উৰি যোৱা
ಅರ್ಥ : বতাহত ইফাল-সিফাল হৈ পৰা
							ಉದಾಹರಣೆ : 
							ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
							
ಸಮಾನಾರ್ಥಕ : উৰি যোৱা
ಅರ್ಥ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
							ಉದಾಹರಣೆ : 
							
							
ಸಮಾನಾರ್ಥಕ : পিন্ধা, পৰিধান কৰা, লোৱা