ಅರ್ಥ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
							ಉದಾಹರಣೆ : 
							মাছবোৰ জালৰ পৰা এৰাই গʼল
							
ಸಮಾನಾರ್ಥಕ : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা
ಅರ್ಥ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
							ಉದಾಹರಣೆ : 
							বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
							
ಸಮಾನಾರ್ಥಕ : ছিঙা, ছিন্ন হোৱা