ಅರ್ಥ : উদ্যোগৰ অধিক উন্নত কৰা বা সঠিকভাৱে চলোৱাৰ বিদ্যা
							ಉದಾಹರಣೆ : 
							আই. আই. টিত ঔদ্যোগিক শিক্ষা দিয়া হয়
							
ಸಮಾನಾರ್ಥಕ : প্রাদ্যোগিক
ಅರ್ಥ : যান্ত্রিক কলা-কৌশল বিষয়ক বা যন্ত্র প্রয়োগ সম্বন্ধীয়
							ಉದಾಹರಣೆ : 
							ৰাজ্যিক শিক্ষামন্ত্রীয়ে আমাৰ চহৰত এখন কাৰিকৰি প্রতিষ্ঠানৰ উন্মোচন কৰিলে
							
ಸಮಾನಾರ್ಥಕ : অভিযান্ত্রিক, কাৰিকৰি, প্রযুক্তিবিদ্যাগত, প্রায়োগিক
ಅರ್ಥ : যি উদ্যোগৰ সৈতে সম্বন্ধিত
							ಉದಾಹರಣೆ : 
							প্রথম বিশ্বযুদ্ধৰ পিছত ইউৰোপত ঔদ্যোগিক বিপ্লৱ হয়
							
ಸಮಾನಾರ್ಥಕ : উদ্যোগ বিষয়ক
ಅರ್ಥ : বৈজ্ঞানিক বা ব্যৱহাৰিক বিষয় যি বৈজ্ঞানিক সিদ্ধান্তৰ আধাৰত প্রতিষ্ঠিত অথবা তাৰে সৈতে সম্পর্কিত
							ಉದಾಹರಣೆ : 
							নেহৰুদেৱে ঔদ্যোগিক বিকাশ সাধনত অধিক গুৰুত্ব আৰোপ কৰিছিল
							
ಸಮಾನಾರ್ಥಕ : প্রাদ্যোগিক