ಅರ್ಥ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
							ಉದಾಹರಣೆ : 
							মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
							
ಸಮಾನಾರ್ಥಕ : কলম দিয়া
ಅರ್ಥ : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা
							ಉದಾಹರಣೆ : 
							পাচলি কাটি আছে
							
ಅರ್ಥ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
							ಉದಾಹರಣೆ : 
							মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
							
ಸಮಾನಾರ್ಥಕ : কলম দিয়া
ಅರ್ಥ : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য
							ಉದಾಹರಣೆ : 
							মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে  নাপিতে তেওঁৰ চুলি কাটিলে
							
ಅರ್ಥ : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য
							ಉದಾಹರಣೆ : 
							শিক্ষকে ভুল উত্তৰটো কাটিলে
							
ಅರ್ಥ : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা
							ಉದಾಹರಣೆ : 
							গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
							
ಅರ್ಥ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
							ಉದಾಹರಣೆ : 
							
							
ಸಮಾನಾರ್ಥಕ : কলম দিয়া
ಅರ್ಥ : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা
							ಉದಾಹರಣೆ : 
							জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে