ಅರ್ಥ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
							ಉದಾಹರಣೆ : 
							ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
							
ಸಮಾನಾರ್ಥಕ : ইঞ্জিন, চলন যন্ত্র, মেচিন, যন্ত্র
ಅರ್ಥ : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ
							ಉದಾಹರಣೆ : 
							আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে
							
ಸಮಾನಾರ್ಥಕ : মেচিন, যন্ত্র, যন্ত্র-পাতি