ಅರ್ಥ : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ
							ಉದಾಹರಣೆ : 
							সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে
							
ಸಮಾನಾರ್ಥಕ : অদৃঢ়তা, অপৰিপক্কতা
ಅರ್ಥ : কোমল হোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে
							
ಅರ್ಥ : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল