ಅರ್ಥ : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ
							ಉದಾಹರಣೆ : 
							খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে
							
ಸಮಾನಾರ್ಥಕ : খুড়া
ಅರ್ಥ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
							ಉದಾಹರಣೆ : 
							এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
							
ಸಮಾನಾರ್ಥಕ : খুটা
ಅರ್ಥ : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ
							ಉದಾಹರಣೆ : 
							ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে