ಅರ್ಥ : চাৰিওফালে ফুৰা
							ಉದಾಹರಣೆ : 
							বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
							
ಅರ್ಥ : দিশ পৰি্বর্তন ্কৰা
							ಉದಾಹರಣೆ : 
							পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
							
ಅರ್ಥ : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
							ಉದಾಹರಣೆ : 
							গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
							
ಸಮಾನಾರ್ಥಕ : ফুৰোৱা
ಅರ್ಥ : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
							ಉದಾಹರಣೆ : 
							তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
							
ಅರ್ಥ : বতাহত ইফালে-সিফালে হালি থকা
							ಉದಾಹರಣೆ : 
							প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে