ಅರ್ಥ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
							ಉದಾಹರಣೆ : 
							নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
							
ಸಮಾನಾರ್ಥಕ : পাত্র
ಅರ್ಥ : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়
							ಉದಾಹರಣೆ : 
							চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে
							
ಅರ್ಥ : নাৰীৰ আব-হাৱা
							ಉದಾಹರಣೆ : 
							তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
							
ಸಮಾನಾರ್ಥಕ : গুণৰ অধিকাৰিণী, চাল-চলন, চালচলন
ಅರ್ಥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
							ಉದಾಹರಣೆ : 
							সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
							
ಸಮಾನಾರ್ಥಕ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র