ಅರ್ಥ : যি ছোৱালী বা মহিলাক কোনোবাই পঢ়াইছে বা শিকাইছে
							ಉದಾಹರಣೆ : 
							সীতা এগৰাকী প্রথিতযশা সংগীতকাৰৰ শিষ্যা
							
ಸಮಾನಾರ್ಥಕ : বিদ্যার্থিনী, শিক্ষার্থিনী, শিষ্যা
ಅರ್ಥ : বিদ্যা অর্জন কৰোঁতা ছোৱালী
							ಉದಾಹರಣೆ : 
							এই বিদ্যালয়ৰ এগৰাকী ছাত্রীয়ে দশম শ্রেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্রথম স্থান লাভ কৰিছে
							
ಸಮಾನಾರ್ಥಕ : বিদ্যার্থীনী