ಅರ್ಥ : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
							ಉದಾಹರಣೆ : 
							দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
							
ಸಮಾನಾರ್ಥಕ : আৱর্জ্্না, জাবৰ-জোঁজথৰ
ಅರ್ಥ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
							ಉದಾಹರಣೆ : 
							তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
							
ಸಮಾನಾರ್ಥಕ : জাবৰ-জোথৰ
ಅರ್ಥ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
							ಉದಾಹರಣೆ : 
							জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
							
ಸಮಾನಾರ್ಥಕ : জাবৰ-জোথৰ