ಅರ್ಥ : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ
							ಉದಾಹರಣೆ : 
							মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়
							
ಅರ್ಥ : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ
							ಉದಾಹರಣೆ : 
							খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে
							
ಸಮಾನಾರ್ಥಕ : জালুক গছ