ಅರ್ಥ : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
							ಉದಾಹರಣೆ : 
							মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
							
ಸಮಾನಾರ್ಥಕ : জয়ী হোৱা, বিজয়ী হোৱা
ಅರ್ಥ : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
							ಉದಾಹರಣೆ : 
							স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
							
ಸಮಾನಾರ್ಥಕ : জয় কৰা
ಅರ್ಥ : প্রতিযোগিতাত সফলতা লাভ কৰা
							ಉದಾಹರಣೆ : 
							মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
							
ಸಮಾನಾರ್ಥಕ : সফল হোৱা