ಅರ್ಥ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
							ಉದಾಹರಣೆ : 
							বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
							
ಸಮಾನಾರ್ಥಕ : জ্বলি যোৱা
ಅರ್ಥ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							ಉದಾಹರಣೆ : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
ಸಮಾನಾರ್ಥಕ : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা