ಅರ್ಥ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য
							ಉದಾಹರಣೆ : 
							টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
							
ಅರ್ಥ : টনা কার্য ্বা ভাব
							ಉದಾಹರಣೆ : 
							অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
							
ಅರ್ಥ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য
							ಉದಾಹರಣೆ : 
							ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
							
ಸಮಾನಾರ್ಥಕ : টানি উলিওৱা
ಅರ್ಥ : ঘঁহনি খাই যোৱাকৈ টনা কার্য
							ಉದಾಹರಣೆ : 
							তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
							
ಅರ್ಥ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা
							ಉದಾಹರಣೆ : 
							মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
							
ಅರ್ಥ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
							ಉದಾಹರಣೆ : 
							বীণাখনৰ তাঁৰবোৰ টনা হৈছে  ঢোলৰ বৰতি চৰোৱা হৈছে
							
ಸಮಾನಾರ್ಥಕ : চৰোৱা
ಅರ್ಥ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য
							ಉದಾಹರಣೆ : 
							এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
							
ಅರ್ಥ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা
							ಉದಾಹರಣೆ : 
							চিকাৰীয়ে ধনুৰ গুণ টানিছে
							
ಸಮಾನಾರ್ಥಕ : কচা, টানি বন্ধা
ಅರ್ಥ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা
							ಉದಾಹರಣೆ : 
							চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
							
ಸಮಾನಾರ್ಥಕ : খন্দা