ಅರ್ಥ : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
							ಉದಾಹರಣೆ : 
							সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
							
ಸಮಾನಾರ್ಥಕ : কুচ-কাৱাজ
ಅರ್ಥ : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
							ಉದಾಹರಣೆ : 
							এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
							
ಸಮಾನಾರ್ಥಕ : ড্রিল মেচিন, ড্রিলিং মেচিন