ಅರ್ಥ : সাঁচত দিয়া কোনো বস্তুৱে সাঁচৰ দৰে ৰূপ ধাৰণ কৰা কার্য
							ಉದಾಹರಣೆ : 
							ৰূপ আৰু তামৰ মূর্তিবোৰ সাঁচৰ পৰা উঠোৱা হৈছে আৰু কাঁচৰ মূর্তিবোৰ ঢালাই কৰিবলৈ আছে
							
ಅರ್ಥ : কোনো দেৱালৰ মাজত বা কোনো গাঁতৰ আধাৰ বনোৱাৰ কাৰণে বিম দিয়া কাৰ্য
							ಉದಾಹರಣೆ : 
							বনুৱাই কোঠাটোৰ ঢালাই কৰি আছে