ಅರ್ಥ : শাখা-প্রশাখাহীন স্তম্ভৰ দৰে থকা চিধা ওপৰলৈ বাঢ়ি যোৱা আৰু আগ অংশত ডাঙৰ ডাঙৰ পাত থকা এবিধ গছ
							ಉದಾಹರಣೆ : 
							তেওঁ ্ তাল গছৰ পৰা তাড়ি পানী উলিয়াইছে
							
ಸಮಾನಾರ್ಥಕ : তাল গছ
ಅರ್ಥ : নচা-গোৱা, বজোৱা আদিত তাৰ সময় আৰু ক্রিয়াৰ পৰিমাণ ঠিক ৰখাৰ এক উপকৰণ
							ಉದಾಹರಣೆ : 
							নর্তকীয়ে বাদকক নৃত্যৰ তাল বুজাই আছেএই ৰাগ তিনি তালৰ