ಅರ್ಥ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
							ಉದಾಹರಣೆ : 
							যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
							
ಸಮಾನಾರ್ಥಕ : থাকি যোৱা
ಅರ್ಥ : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া
							ಉದಾಹರಣೆ : 
							ৰমা সেই কোঠাটোত আছে
							
ಅರ್ಥ : বেয়া হৈ নোযোৱা
							ಉದಾಹರಣೆ : 
							ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে
							
ಅರ್ಥ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য
							ಉದಾಹರಣೆ : 
							মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা
							
ಸಮಾನಾರ್ಥಕ : নির্বাহ কৰা
ಅರ್ಥ : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা
							ಉದಾಹರಣೆ : 
							টেংকিত পানী আছে এই বটলত পানী আছে
							
ಅರ್ಥ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
							ಉದಾಹರಣೆ : 
							হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
							
ಸಮಾನಾರ್ಥಕ : স্থিত হোৱা, হোৱা
ಅರ್ಥ : কʼৰবাত আশ্রয় লোৱা
							ಉದಾಹರಣೆ : 
							আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ