ಅರ್ಥ : কোনো নগৰৰ কাৰণে ৰাজ্যৰ দ্বাৰা স্থাপিত এক নিগমিত প্রশাসনীয় দল....
							ಉದಾಹರಣೆ : 
							নগৰে নগৰৰ পৰা বাহিৰলৈ যোৱা মালবস্তুত কৰ বঢ়াই দিছে
							
ಸಮಾನಾರ್ಥಕ : নগৰ
ಅರ್ಥ : বিধিসন্মতভাৱে নি্র্বাচিত কৰা কোনো নগৰৰ প্রতিনিধিৰ সেই বিশেষ গোট যি নগৰৰ স্বাস্থ্য, শুচিতা, ৰাষ্টা, ভৱন-নি্র্মাণ, পানীযোগান আদি জনহিতকৰ কামৰ সুব্যৱস্থা কৰে
							ಉದಾಹರಣೆ : 
							মুম্বাইৰ নগৰ পালিকা ভাৰতৰ সকলোতকৈ ডাঙৰ নগৰপালিকা
							
ಸಮಾನಾರ್ಥಕ : নগৰ পালিকা, নগৰপালিকা, মিউনিছিপালিটী