ಅರ್ಥ : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়
							ಉದಾಹರಣೆ : 
							সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে
							
ಸಮಾನಾರ್ಥಕ : প্রতীক
ಅರ್ಥ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়
							ಉದಾಹರಣೆ : 
							তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !
							
ಸಮಾನಾರ್ಥಕ : লক্ষ্য
ಅರ್ಥ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়
							ಉದಾಹರಣೆ : 
							অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল
							
ಸಮಾನಾರ್ಥಕ : লক্ষ্য
ಅರ್ಥ : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য
							ಉದಾಹರಣೆ : 
							চিকাৰী নিচান ব্যর্থ হʼল