ಅರ್ಥ : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
							ಉದಾಹರಣೆ : 
							তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : নির্মূল্্কাৰী
ಅರ್ಥ : যিয়ে প্রশমিত বা শান্ত কৰে
							ಉದಾಹರಣೆ : 
							এইটো অগ্নি প্রশামিত যন্ত্র
							
ಸಮಾನಾರ್ಥಕ : প্রশামক, শাম কাটোতা
ಅರ್ಥ : নিবাৰণ কৰা
							ಉದಾಹರಣೆ : 
							মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
							
ಸಮಾನಾರ್ಥಕ : ৰোধক