ಅರ್ಥ : কোনো শাৰী বা ক্রমৰ আগত বা পিছত অহা সুযোগ
							ಉದಾಹರಣೆ : 
							শিৱৰাত্রিৰ দিনা শিৱ মন্দিৰ ্দর্শনৰ ্কাৰণে আধাঘণ্টা থিয় হৈ থকাৰ সময়ত মোৰ পাল আহিল
							
ಅರ್ಥ : বতাহক সন্তুলিত কৰিবলৈ নাৱৰ মাস্তুলত বান্ধি দিয়া দীঘল-চাৰিচুকীয়া কাপোৰ বিশেষ
							ಉದಾಹರಣೆ : 
							হঠাৎ ধুমুহা অহাত নাৱৰ দুর্বল ্ পালখন ফালিল
							
ಸಮಾನಾರ್ಥಕ : নাৱৰ পাল
ಅರ್ಥ : কোনো এক নির্দিষ্ট সময় যʼত এজন কর্ম্্চাৰী বা কর্ম্্চাৰীৰ দল আহি কল-কাৰখানা আদিত কাম কৰে
							ಉದಾಹರಣೆ : 
							ৰামদেৱৰ আজিৰ ৰাতিৰ পাল আৰম্ভ হৈ গʼল