ಅರ್ಥ : প্রধানভাৱে ইতিহাসৰ পূর্ব্্কালৰ বস্তুৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ সম্ভেদ বিচৰা এক বিজ্ঞানসন্মত বিদ্যা
							ಉದಾಹರಣೆ : 
							সীমা পুৰাতত্ত্বৰ এগৰাকী ছাত্রী
							
ಸಮಾನಾರ್ಥಕ : পুৰাবিদ্যা, পুৰাশাস্ত্র, প্রত্ন-বিজ্ঞান
ಅರ್ಥ : যি বিজ্ঞানত প্রাচীন কালৰ বস্তুবোৰৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ অন্বেষণ কৰা হয়
							ಉದಾಹರಣೆ : 
							পুৰাতত্ত্বত নিত্য নতুন অন্বেষণ হৈ আছে
							
ಸಮಾನಾರ್ಥಕ : পুৰাতত্ত্ব বিজ্ঞান