ಅರ್ಥ : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
							ಉದಾಹರಣೆ : 
							প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
							
ಅರ್ಥ : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
							ಉದಾಹರಣೆ : 
							তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
							
ಸಮಾನಾರ್ಥಕ : প্রৱেশ পথ, প্রৱেশদ্বাৰ
ಅರ್ಥ : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
							ಉದಾಹರಣೆ : 
							দুর্গটোৰ এইখন মুখ্যদ্বাৰ
							
ಸಮಾನಾರ್ಥಕ : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ