ಅರ್ಥ : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ
							ಉದಾಹರಣೆ : 
							নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে
							
ಸಮಾನಾರ್ಥಕ : অনাত্মীয়
ಅರ್ಥ : যি আপোন নহয়
							ಉದಾಹರಣೆ : 
							পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে
							
ಸಮಾನಾರ್ಥಕ : আনাত্মীয়