ಅರ್ಥ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
							ಉದಾಹರಣೆ : 
							ৰামুৱে মজলিচত পাণ বিলাই আছিল
							
ಸಮಾನಾರ್ಥಕ : বিলোৱা
ಅರ್ಥ : আহাৰ সন্মুখত ৰখা
							ಉದಾಹರಣೆ : 
							তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
							
ಸಮಾನಾರ್ಥಕ : সজোৱা