ಅರ್ಥ : (জীৱবিজ্ঞান) জীৱৰ বর্গীকৰণাত্মক বর্গ যʼত এক বা একাধিক ্বর্গ ্থাকে
							ಉದಾಹರಣೆ : 
							ভেকুলীৰ বৈজ্ঞানিক নাম ৰানা টিগ্রীনা যʼত ৰানা হʼল ভেকুলীৰ গণ
							
ಸಮಾನಾರ್ಥಕ : গণ
ಅರ್ಥ : জীৱবিজ্ঞানত জীৱিত প্রাণীক কৰা সকলোতকৈ ডাঙৰ পাঁচটা বিভাগৰ প্রত্যেকটো
							ಉದಾಹರಣೆ : 
							জীৱ-বিজ্ঞানৰ ছাত্র হোৱাৰ কাৰণে মই বর্গৰ বিষয়ে ভালদৰে জানো
							
ಅರ್ಥ : যাৰ দীঘ, প্রস্থ আৰু চাৰিটা কোণ সমপৰিমাণৰ হয়
							ಉದಾಹರಣೆ : 
							এইটো পাঁচ ছেণ্টিমিটাৰৰ বর্গ
							
ಅರ್ಥ : শ্্ব্দশাস্ত্রত একে স্থানৰ পৰা উচ্চাৰিত হোৱা স্পর্শ ব্যঞ্জন বর্ণৰ সমূহ
							ಉದಾಹರಣೆ : 
							হিন্দী ব্যঞ্জনবর্ণক ক-বর্গ, চ-বর্গ, ট-বর্গ আদি ্বর্গত বিভাজিত কৰা হৈছে