ಅರ್ಥ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
							ಉದಾಹರಣೆ : 
							মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
							
ಸಮಾನಾರ್ಥಕ : কেঁচুৱাশিশু, পেন্দুকণা, বাচ্চা
ಅರ್ಥ : যি ব্যক্তিৰ কোনো বিশেষ ক্ষেত্রত জ্ঞান, অনুভৱ আদিৰ অভাৱ হয়
							ಉದಾಹರಣೆ : 
							বিজ্ঞানৰ ক্ষেত্রত এতিয়া আপুনি বালক