ಅರ್ಥ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
							ಉದಾಹರಣೆ : 
							মোৰ কিবা খাবৰ মন গৈছে
							
ಸಮಾನಾರ್ಥಕ : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
ಅರ್ಥ : কোনো কথা বা কামত কৰা ইচ্ছা
							ಉದಾಹರಣೆ : 
							মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ  মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
							
ಸಮಾನಾರ್ಥಕ : আশা কৰা
ಅರ್ಥ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
							ಉದಾಹರಣೆ : 
							পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
							
ಸಮಾನಾರ್ಥಕ : অনুসন্ধান কৰা, অন্বেষণ কৰা