ಅರ್ಥ : কাৰোবাৰ জিম্মা বা নামত থকা কোনো ধন অথবা কাৰোবাক দিয়া মালবস্তুৰ বিৱৰণ আৰু মূল্যৰ হিচাপ থকা কাগজ বিশেষ
							ಉದಾಹರಣೆ : 
							এই মাহৰ টেলিফোনৰ বিল এতিয়ালৈকে অহা নাই
							
ಅರ್ಥ : বিধান সভাত কোনো আইন গৃহীত কৰাৰ আগেয়ে উত্থাপন কৰা বিধান বা আইনৰ প্রস্তাৱিত ৰূপ
							ಉದಾಹರಣೆ : 
							এই বিধেয়কখনক লৈ বিধান সভাত বহুত হুলস্থূল লাগিল
							
ಸಮಾನಾರ್ಥಕ : বিধেয়ক