ಅರ್ಥ : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
							ಉದಾಹರಣೆ : 
							সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
							
ಸಮಾನಾರ್ಥಕ : ্সন্দর্ভ
ಅರ್ಥ : জ্ঞান বা শিক্ষাৰ এটা শাখা বা বিভাগ
							ಉದಾಹರಣೆ : 
							মই সকলো বিষয়তে উত্তী্র্ণ ্ হʼলো
							
ಅರ್ಥ : কোনো লেখা, গ্রন্থ আদিত সন্নিবিষ্ট হোৱা কথাবিশেষ
							ಉದಾಹರಣೆ : 
							প্রেমচন্দ্রৰ কাহিনীবোৰৰ বিষয়বস্তু গ্রাম্য পৰিৱেশৰ ওপৰত আধাৰিত
							
ಸಮಾನಾರ್ಥಕ : বিষয়-বস্তু