ಅರ್ಥ : গোলা, বাৰুদ আদি ফুটিলে হোৱা বিকট শ্্ব্দ
							ಉದಾಹರಣೆ : 
							এটা ডাঙৰ বিস্ফোৰণ হʼল আৰু চাই থাকোতেই অট্টালিকাটো খহি পৰিল
							
ಸಮಾನಾರ್ಥಕ : ধামাকা
ಅರ್ಥ : হঠাতে ডাঙৰকৈ হোৱা শ্্ব্দ বা বোমাৰ শ্্ব্দ
							ಉದಾಹರಣೆ : 
							বোমাটো ফুটাৰ লগতে এটা বিস্ফোৰণ হʼল
							
ಅರ್ಥ : হঠাৎ ডাঙৰ শ্্ব্দ কৰি ফুটা কার্য
							ಉದಾಹರಣೆ : 
							বোমা বিস্ফোৰণত বিশজন লোক নিহত হʼল