ಅರ್ಥ : অধ্যয়নৰ কাৰণে লাভ কৰা অনুদান
							ಉದಾಹರಣೆ : 
							ৰোহণৰ দৰে দুখীয়া লʼৰাই বৃত্তি পায়েই পঢ়া-শুনা কৰিলে
							
ಸಮಾನಾರ್ಥಕ : ছাত্রবৃত্তি
ಅರ್ಥ : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম
							ಉದಾಹರಣೆ : 
							তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে
							
ಸಮಾನಾರ್ಥಕ : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, ব্যৱসায়, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ
ಅರ್ಥ : কাৰোবাৰ ভৰণ-পোষণ আদিৰ কাৰণে দিয়া ধন
							ಉದಾಹರಣೆ : 
							চৰকাৰে বিধৱা, বৃদ্ধ আদিৰ জীৱন-নির্বাহৰ কাৰণে বৃত্তি প্রদান কৰে