ಅರ್ಥ : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
							ಉದಾಹರಣೆ : 
							চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
							
ಸಮಾನಾರ್ಥಕ : জামুক ৰং, বেঙ্গুনীয়া
ಅರ್ಥ : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
							ಉದಾಹರಣೆ : 
							বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়